মুখ্যপৃষ্ঠা »খবৰ »অসম »World Fisheries Day : মীন বিভাগৰ উদ্যোগত মহানগৰীৰ মীন ভৱন চৌহদত বিশ্ব মীন দিৱস পালন

World Fisheries Day : মীন বিভাগৰ উদ্যোগত মহানগৰীৰ মীন ভৱন চৌহদত বিশ্ব মীন দিৱস পালন

এই অনুষ্ঠানতে ২০২২-২৩ বৰ্ষৰ বাবে আবু বক্কৰ ছিদ্দিকীক শ্ৰেষ্ঠ মীন পোনা উৎপাদনকাৰী বঁটা প্ৰদান কৰা হয়।

  • Share this:
আজি বিশ্ব মীন দিৱস। অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত মহানগৰীৰ মীন ভৱন চৌহদত পালন কৰা হয় দিনজোৰা কাৰ্যসূচী। উপস্থিত থাকে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অধ্যক্ষা সুশীলা হাজৰিকা, মীন বিভাগৰ আয়ুক্ত তথা সচিব ৰাকেশ কুমাৰকে ধৰি বিভাগীয় উচ্চ পদস্থ বিষয়াসকল।

এই অনুষ্ঠানতে ২০২২-২৩ বৰ্ষৰ বাবে আবু বক্কৰ ছিদ্দিকীক শ্ৰেষ্ঠ মীন পোনা উৎপাদনকাৰী বঁটা প্ৰদান কৰা হয়। নগাঁওৰ ৰূপহীৰ নুৰুল আমিন চৌধুৰীক শ্ৰেষ্ঠ মীন পালকৰ বঁটা প্ৰদান কৰা হয়।

শ্ৰেষ্ঠ মীন সমবায় বঁটা প্ৰদান কৰা হয় বৰপেটাৰ ডাঙৰকুছি পকাবেটবাৰী মীন সমবায় সমিতিক আৰু শ্ৰেষ্ঠ মহিলা উদ্যমী বঁটা প্ৰদান কৰা হয় দৰঙৰ উপাসনা গোস্বামীক।

শেহতীয়া বাতৰি