হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ সৰোবৰত পুৱাই হাহাকাৰ, কিন্তু কিয়?

বিষ্ণুপুষ্কৰত মাছৰ মৃত্যু কোনো নতুন কথা নহয়, পূৰ্বেও এইদৰে মাছৰ মৃত্যু হোৱাৰ পিছত মীন বিভাগে দিছিল বিভিন্ন আশ্বাস–প্ৰতিশ্ৰুতি।
বিষ্ণুপুষ্কৰত মাছৰ মৃত্যু কোনো নতুন কথা নহয়, পূৰ্বেও এইদৰে মাছৰ মৃত্যু হোৱাৰ পিছত মীন বিভাগে দিছিল বিভিন্ন আশ্বাস–প্ৰতিশ্ৰুতি।
- News18 Assam
- Last Updated: May 15, 2020, 11:26 AM IST
বিষ্ণুপুষ্কৰত মাছৰ মৃত্যু কোনো নতুন কথা নহয়, পূৰ্বেও এইদৰে মাছৰ মৃত্যু হোৱাৰ পিছত মীন বিভাগে দিছিল বিভিন্ন আশ্বাস–প্ৰতিশ্ৰুতি, কিন্তু তাৰ পিছতে গা এৰা দিয়ে মীন বিভাগ, জিলা প্ৰসাশনে। যাৰ বাবে এইদৰে বাৰে বাৰে সংঘটিত হয় মাছৰ মৃত্যুৰ ঘটনা। এতিয়া অস্তিত্বৰ সংকটত পৰা হাজোৰ ঐতিহাসিক বিষ্ণুপুষ্কৰত থকা মাছ–কাছসমূহ ৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হ’ব কেতিয়া? আজিৰ এই ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে পুখুৰীত পানীত ঢৌ উঠাই অক্সজেনৰ ব্যৱস্থা কৰে।