உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Omicron In Assam : অসম পালেহি কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন! শোণিতপুৰত এজন লোক আক্ৰান্ত হোৱাৰ সন্দেহ

    Omicron In Assam : অসম পালেহি কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন! শোণিতপুৰত এজন লোক আক্ৰান্ত হোৱাৰ সন্দেহ

    অসমত ধৰা পৰিছে প্ৰথমটো 
অমিক্ৰন সংক্ৰমণ

    অসমত ধৰা পৰিছে প্ৰথমটো অমিক্ৰন সংক্ৰমণ

    কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Corona Virus New Varian Omicron)ত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা ৰোগীজনৰ নাম সূৰ্য বাহাদুৰ তামাং।

    • Share this:
    অসম পালেহি কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Omicron)!

    শোণিতপুৰ জিলাত এজন লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে।

    কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Corona Virus New Varian Omicron)ত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা ৰোগীজনৰ নাম সূৰ্য বাহাদুৰ তামাং।

    ৰোগীজন চৌদি আৰৱ (Saudi Arab)ত কৰ্মৰত আছিল।

    এইটোও পঢ়ক : মুম্বাইত অ'মিক্ৰণে ক্ৰমাত্‍ লৈছে ভয়ংকৰ ৰূপ! দুদিনৰ বাবে ১৪৪ ধাৰা বলৱত্‍

    আজি নিশা প্ৰায় ১০.৩০ বজাত ১০৮ সেৱাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College)লৈ প্ৰেৰণ কৰা হয় আক্ৰান্ত সূৰ্য বাহাদুৰ তামাঙক ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: