
গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।
গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।
শোণিতপুৰৰ বালিপৰাৰ গুদামঘাট মিৰিতত গুলীচালনাৰ ঘটনা। এজন লোকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। চালেহ আহমেদ নামৰ লোকজনে গুলীয়ালে সুৰজ আলী নামৰ লোকজনক। আহত অৱস্থাতে সুৰজ আলীক চোকা অস্ত্ৰৰে আক্ৰমণ। চালেহৰ পৰা .22 পিষ্টল, ৪ জাঁই সজীৱ গুলী উদ্ধাৰ। দুয়োকে আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে।
আনহাতে, গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|