• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ দুই স্থানত গুলীচালনাৰ ঘটনা, বালিপৰাত এজন লোকলৈ লক্ষ্য কৰি গুলীয়ালে দুৰ্বৃত্তই

ৰাজ্যৰ দুই স্থানত গুলীচালনাৰ ঘটনা, বালিপৰাত এজন লোকলৈ লক্ষ্য কৰি গুলীয়ালে দুৰ্বৃত্তই

গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।

  • Share this:
শোণিতপুৰৰ বালিপৰাৰ গুদামঘাট মিৰিতত গুলীচালনাৰ ঘটনা। এজন লোকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। চালেহ আহমেদ নামৰ লোকজনে গুলীয়ালে সুৰজ আলী নামৰ লোকজনক। আহত অৱস্থাতে সুৰজ আলীক চোকা অস্ত্ৰৰে আক্ৰমণ। চালেহৰ পৰা .22 পিষ্টল, ৪ জাঁই সজীৱ গুলী উদ্ধাৰ। দুয়োকে আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে।

আনহাতে, গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি