
ভাৰত–ভূটান সীমান্তৰ খুংগ্ৰিঙত সংঘটিত হয় এই ঘটনা। আহত লোকজনক কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ভাৰত–ভূটান সীমান্তৰ খুংগ্ৰিঙত সংঘটিত হয় এই ঘটনা। আহত লোকজনক কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
চিৰাঙৰ ভাৰত–ভূটান সীমান্তত গুলীচালনা। বন বিভাগৰ গুলীত আহত এজন কাঠ ব্যৱসায়ী। আহত লোকজনৰ নাম বেনামিন বসুমতাৰী। একাংশ লোকে আক্ৰমণ কৰিছিল বন বিভাগৰ লোকক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন বিভাগে কৰিছিল গুলীচালনা। যাৰ ফলত আহত হয় বেনামিন বসুমতাৰী।
ভাৰত–ভূটান সীমান্তৰ খুংগ্ৰিঙত সংঘটিত হয় এই ঘটনা। আহত লোকজনক কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|