
বাহনখনৰ পৰা ৪২ বেগ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
বাহনখনৰ পৰা ৪২ বেগ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
শোণিতপুৰ জিলাৰ বৈঠাভঙাত আৰক্ষীৰ গুলীচালনা। গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ। AS 01BJ 0061 নম্বৰৰ এখন i20 বাহনেৰে গাঞ্জা নি থকাৰ খবৰ পাই আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে যদিও পলাবলৈ চেষ্টা কৰে৷ চাৰিদুৱাৰ আৰক্ষীয়ে খেদি খেদি বাহনখনলৈ দুই জাঁই গুলী চলাই অৱশেষত ৰখাবলৈ সক্ষম হয়৷ বাহনখনত থকা এজন ব্যক্তি পলাই সাৰিবলৈ সক্ষম হৈছে৷ বাহনখনৰ পৰা ৪২ বেগ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|