মহানগৰীৰ সৰুমটৰীয়াত গুলীচালনাৰ ঘটনা

ব্যৱসায়িক প্ৰতিষ্ঠানত ৰহস্যজনক গুলীচালনা ঘটনা

News18-Assam
Updated:August 1, 2019, 10:57 PM IST
মহানগৰীৰ সৰুমটৰীয়াত গুলীচালনাৰ ঘটনা
প্ৰতীকী ফটো,Source- Google
News18-Assam
Updated: August 1, 2019, 10:57 PM IST
মহানগৰীৰ সৰুমটৰীয়াত গুলীচালনাৰ ঘটনা
ব্যৱসায়িক প্ৰতিষ্ঠানত ৰহস্যজনক গুলীচালনা
গুলীচালনাত আহত হৈছে এজন ব্যৱসায়ী

ব্যৱসায়ী মনোজ কুমাৰ পাঠক গুলীবিদ্ধ
মনোজ কুমাৰ পাঠকৰ ডিঙিত লাগিছে গুলী
গুলীচালনা কৰা এজনক কৰায়ত্ত আৰক্ষীৰ

ইতিমধ্যে গুলীবিদ্ধ পাঠকক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
আৰু চাওক পৰৱৰ্তী বাতৰি