হাইলাকান্দিত কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা চোৰ

নিহত চোৰটো কৰিমগঞ্জ জিলাৰ দক্ষিণ বদৰপুৰৰ মণিৰ উদ্দিন বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:November 4, 2019, 8:50 AM IST
হাইলাকান্দিত কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা চোৰ
নিহত চোৰটো কৰিমগঞ্জ জিলাৰ দক্ষিণ বদৰপুৰৰ মণিৰ উদ্দিন বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: November 4, 2019, 8:50 AM IST
হাইলাকান্দিৰ পাঁচগ্ৰামত দেওবাৰে নিশা কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এটা চোৰ। বন্ধ কাগজ কলত চুৰি কৰিবলৈ সোমাইছিল এটা চোৰৰ দল। হাতত মাৰণাস্ত্ৰ লৈ বন্ধ কাগজ কলটোৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে ৬–৭ জনীয়া চোৰৰ দলটোৱে। ফলত নিৰাপত্তাৰক্ষীয়ে গুলী চলোৱাত নিহত হয় এটা চোৰ। নিহত চোৰটো কৰিমগঞ্জ জিলাৰ দক্ষিণ বদৰপুৰৰ মণিৰ উদ্দিন বুলি জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি