News18 AssamNews18 Assam
|
News18-Assam Updated:September 4, 2020, 2:09 PM IST
লীলা মাধৱ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ আছিল পিষ্টলটো।
লীলা মাধৱ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ আছিল পিষ্টলটো।
মহানগৰীত ভয়ংকৰ ঘটনা। চানমাৰিৰ আশীৰ্বাদ এপাৰ্টমেণ্টত গুলীচালনা। বাৰ্থডে পাৰ্টীত এজন অধিবক্তাই গুলীচালনা কৰাৰ অভিযোগ। মিণ্টু হাজৰিকা নামৰ এজনৰ গাত লাগিছে গুলী। মিণ্টু হাজৰিকা বৰ্তমান GNRCত চিকিৎসাধীন হৈ আছে। দামোদৰ ডেকা নামৰ এজন লোকৰ ফ্লেটত সংঘটিত হৈছিল এই কাণ্ড। দামোদৰ ডেকাৰ জন্মদিনৰ পাৰ্টী আছিল। দামোদৰ ডেকা পেছাত এজন অধিবক্তা। লীলা মাধৱ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ আছিল পিষ্টলটো।
Published by:
Sanjay Kumar Das
First published:
September 4, 2020, 2:04 PM IST