জাগুনত সেনা আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী!

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:15 PM IST
জাগুনত সেনা আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী!
সাংকেতিক ফটো

এইপৰ্যন্ত এই সংঘৰ্ষত হতাহতৰ কোনো তথ্য লাভ কৰা হোৱা নাই।

  • Share this:
অসম–অৰুণাচল সীমান্তৰ জাগুনৰ মুংকাম আৰু খান্দো বস্তিৰ সমীপত ভাৰতীয় সেনাৰ ৯নং ৰাজ ৰাইফলছ আৰু সন্দেহজনক আলফা স্বাধীনৰ সদস্যৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। সেনাৰ ৯নং ৰাজ ৰাইফলছৰ নিয়মীয়া টহলদৰী দলৰ সৈতে আলফা স্বাধীনৰ সন্দেহজনক দলৰ মুখামুখি হোৱাত দুয়োপক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। এইপৰ্যন্ত এই সংঘৰ্ষত হতাহতৰ কোনো তথ্য লাভ কৰা হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি