• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়া নগৰৰ স্পৰ্শ হাস্পতালৰ হোষ্টেলত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা–সামগ্ৰী নষ্ট

ৰঙিয়া নগৰৰ স্পৰ্শ হাস্পতালৰ হোষ্টেলত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা–সামগ্ৰী নষ্ট

জুইত জাহ গৈছে কোঠালিটোৰ ভিতৰত থকা লক্ষাধিক টকা মূল্যৰ সা-সামগ্ৰী। লগতে স্পৰ্শ হাস্পতালৰ ৰোগীসকলৰ বাবে বনাই থকা নিশাৰ আহাৰবোৰ নষ্ট হৈ যায়।

  • Share this:
    ৰঙিয়া নগৰৰ স্পৰ্শ হাস্পতালৰ হোষ্টেলত অগ্নিকাণ্ড। অট্টালিকাৰ ভিতৰত থকা স্পৰ্শ হাস্পতালৰ কৰ্মচাৰীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ চেষ্টা চলায় যদিও কম সময়ৰ ভিতৰতে কোঠালিটো আগুৰি ধৰে জুয়ে। কথমপি প্ৰাণ ৰক্ষা অট্টালিকাটোৰ ভিতৰত থকা লোকসকলৰ। স্থানীয় লোক সকলৰ মাজত হুৱাদুৱা লাগিল। কিছু সময় পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিব সক্ষলৈম হয়।

    জুইত জাহ গৈছে কোঠালিটোৰ ভিতৰত থকা লক্ষাধিক টকা মূল্যৰ সা-সামগ্ৰী। লগতে স্পৰ্শ হাস্পতালৰ ৰোগীসকলৰ বাবে বনাই থকা নিশাৰ আহাৰবোৰ নষ্ট হৈ যায়। ৰোগীসকলৰ বাবে স্পৰ্শ হাস্পতালৰ কৰ্মচাৰীয়ে নিশাৰ আহাৰ বনাই থকা অৱস্থাত জুইৰ সূত্ৰপাত হয়। চিলিণ্ডাৰৰ বিজুতি ঘটি এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ চিকিৎসালয় কৰ্তৃপক্ষৰ।
    Published by:Sanjay Kumar Das
    First published: