• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলিল এটা বাসগৃহ

যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলিল এটা বাসগৃহ

নগৰৰ কছাৰিপৰীয়া নামঘৰৰ সমীপৰ এটি বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড।

নগৰৰ কছাৰিপৰীয়া নামঘৰৰ সমীপৰ এটি বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড।

নগৰৰ কছাৰিপৰীয়া নামঘৰৰ সমীপৰ এটি বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড।

  • Share this:
যোৰহাট নগৰৰ এ টি ৰোডৰ ভোগদৈ দলঙৰ সমীপত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নগৰৰ কছাৰিপৰীয়া নামঘৰৰ সমীপৰ এটি বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড। মুহূৰ্তৰ ভিতৰতে জুয়ে ভয়াৱহ ৰূপ লোৱাত এই বাসভৱনটোৰ পৰা জুই সমীপৰ ভৱনসমূহলৈ বিয়পি পৰাৰ আশংকা ঘণীভূত হৈছে। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: