• Home
  • »
  • News
  • »
  • assam
  • »
  • ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড, এখনৰ পিছত জ্বলিল আনখন দোকান

ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড, এখনৰ পিছত জ্বলিল আনখন দোকান

এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা–সম্পত্তি জুইত জাহ যায়।

এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা–সম্পত্তি জুইত জাহ যায়।

এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা–সম্পত্তি জুইত জাহ যায়।

  • Share this:
শাৰদীয় দুৰ্গোৎসৱৰ উছাহৰ মাজতে শনিবাৰে নিশা ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড।
নগৰখনৰ ষ্টেচন পথত থকা ৯খনকৈ দোকান ভস্মীভূত হয় অগ্নিকাণ্ডত। স্থানীয় লোক তথা এছ ডি আৰ এফৰ দলৰ চিলাপথাৰ, ধেমাজি, জোনাই আৰু ডিব্ৰুগড়ৰ পৰা সৰ্বমুঠ দহখন গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা–সম্পত্তি জুইত জাহ যায়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি