• Home
  • »
  • News
  • »
  • assam
  • »
  • চিৰাঙত ইউপিএলএল কৰ্মীৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ

চিৰাঙত ইউপিএলএল কৰ্মীৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ

গৃহস্থ ঘৰত নথকাৰ সদয়তে দুৰ্বৃত্তই  দৰ্জা-খিৰিকী আদি ভঙাৰ লগতে অগ্নিসংযোগ কৰে ঘৰটোত৷

গৃহস্থ ঘৰত নথকাৰ সদয়তে দুৰ্বৃত্তই  দৰ্জা-খিৰিকী আদি ভঙাৰ লগতে অগ্নিসংযোগ কৰে ঘৰটোত৷

গৃহস্থ ঘৰত নথকাৰ সদয়তে দুৰ্বৃত্তই  দৰ্জা-খিৰিকী আদি ভঙাৰ লগতে অগ্নিসংযোগ কৰে ঘৰটোত৷

  • Share this:
চিৰাঙৰ বিজনীত নিশা জ্বলিল ইউপিপিএল কৰ্মীৰ ঘৰ৷ বিজনীৰ লাইমন নগৰত থকা বিদিন্থা বসুমতাৰী নামৰ প্ৰাক্তন এনডিএফবি সদস্য তথা ইউপিপিএলৰ কৰ্মী এজনৰ ঘৰত নিশা অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ গৃহস্থ ঘৰত নথকাৰ সদয়তে দুৰ্বৃত্তই  দৰ্জা-খিৰিকী আদি ভঙাৰ লগতে অগ্নিসংযোগ কৰে ঘৰটোত৷

অগ্নিসংযোগৰ ফলত ঘৰৰ দৰ্জাসমূহ ভস্মীভূত হয়৷ বিভিন্ন হিংসাত্মক ঘটনাৰ মাজতে শুকুৰবাৰে নিশা চিৰাঙত ভোট গ্ৰহণ সম্পন্ন হয় যদিও নিশা এইদৰে ইউপিপিএল কৰ্মীৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা কাণ্ড সংঘটিত হোৱাত চেপা উত্তেজনাই বিৰাজ কৰিছে৷
Published by:Sanjay Kumar Das
First published: