News18 AssamNews18 Assam
|
News18-Assam Updated:April 24, 2020, 8:43 PM IST
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
লকডাউনৰ মাজতে হাজোৰ অভয়পুৰত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এটা অট্টালিকাৰ দুটাকৈ কোঠালী ভস্মীভূত হয় এই অগ্নিকাণ্ডত। অভয়পুৰৰ হৰেণ কলিতাৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড। দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰিলে জুই। কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
Published by:
Sanjay Kumar Das
First published:
April 24, 2020, 8:43 PM IST