বঙাইগাঁৱৰ বেংক অব ইণ্ডিয়াত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?

News18 Assam | News18-Assam
Updated:May 14, 2020, 9:49 AM IST
বঙাইগাঁৱৰ বেংক অব ইণ্ডিয়াত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?
সৌভাগ্যক্ৰমে বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে বেংকটো।

সৌভাগ্যক্ৰমে বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে বেংকটো।

  • Share this:
বঙাইগাঁৱত নিশা বেংক অব ইণ্ডিয়াত অগ্নিকাণ্ড৷  বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটা ৷ বেংকৰ মেনেজাৰৰ কোঠাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ এই অগ্নিকাণ্ডত বেংকৰটোৰ বহু নথি–পত্ৰ আৰু সা–সামগ্ৰী ভস্মীভূত হয়।অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷ সৌভাগ্যক্ৰমে বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে বেংকটো.
First published: May 14, 2020, 9:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি