দীপাৱলীৰ নিশা ধুবুৰীৰ এপেক্স বেংকত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল।

News18-Assam
Updated:October 28, 2019, 7:09 AM IST
দীপাৱলীৰ নিশা ধুবুৰীৰ এপেক্স বেংকত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?
খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল।
News18-Assam
Updated: October 28, 2019, 7:09 AM IST
দীপাৱলীৰ নিশা ধুবুৰী এপেক্স বেংকত অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল। অগ্নিনিৰ্বাপক বাহিনীয়ে দুখন গাড়ীৰ সহায়ত নিৰ্বাপন কৰে জুই। বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়–ক্ষতিৰ পৰিমাণ।
আৰু চাওক পৰৱৰ্তী বাতৰি