உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল ৫০তকৈ অধিক ঘৰ

    বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল ৫০তকৈ অধিক ঘৰ

    দেওবাৰে দুপৰীয়া বোকাজানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

    দেওবাৰে দুপৰীয়া বোকাজানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

    দেওবাৰে দুপৰীয়া বোকাজানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

    • Share this:
    দেওবাৰে দুপৰীয়া বোকাজানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় ৫০টাতকৈ অধিক ঘৰ। ধোৱাৰে আৱৰি ধৰে সমগ্ৰ অঞ্চল।

    ঘটনাস্থলীত খটখটি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নোমোৱাৰ চেষ্টা বৰ্তমানো অব্যাহত ৰাখিছে। আনহাতে অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ সন্দেহত কৰা হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: