ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, কেমিকেল গুদামত লাগিল জুই

অগ্নিনিৰ্বাপক বাহিনীয়ে ১২খন গাড়ীৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

News18-Assam
Updated:October 11, 2019, 3:16 PM IST
ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, কেমিকেল গুদামত লাগিল জুই
অগ্নিনিৰ্বাপক বাহিনীয়ে ১২খন গাড়ীৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
News18-Assam
Updated: October 11, 2019, 3:16 PM IST
ৰাজধানী দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড। এটা কেমিকেল ৱেৰহাউছত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বতাহৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে ১২খন গাড়ীৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। ততালিকে খালী কৰোৱা হৈছে ওচৰ–পাজৰৰ ঠাইসমূহ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি