• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি

সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি

সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড

সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড

সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ গ'ল জৈন হাৰ্ডৱেৰ ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন। প্ৰথমতে স্থানীয় ৰাইজৰ আৰু তাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।

প্ৰায় এক কোটিৰো অধিক সম্পত্তি জুইত জাহ যায়। কথমপি ৰক্ষা পৰিল সোণাৰি নগৰৰ এক বিস্তীৰ্ণ ব্যৱসায়িক এলেকা। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: