গঁড় হত্যাকাৰী আখ্যা দি ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেজপুৰত এজাহাৰ দাখিল

RTI কৰ্মী দিলীপ নাথে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ

News18-Assam
Updated:July 31, 2019, 3:26 PM IST
গঁড় হত্যাকাৰী আখ্যা দি ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেজপুৰত এজাহাৰ দাখিল
RTI কৰ্মী দিলীপ নাথে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ
News18-Assam
Updated: July 31, 2019, 3:26 PM IST
তেজপুৰত প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল৷ RTI কৰ্মী দিলীপ নাথে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ৷ কংগ্ৰেছী দুলু আহমেদে ৰাজহুৱাভাৱে ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী বুলি অভিহিত কৰাৰ পিছতে এজাহাৰ দাখিল কৰিছে RTI কৰ্মীজনে। ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দি উচিত শাস্তি প্ৰদানৰ দাবী দিলীপ নাথৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি