বাঙালীবিদ্বেষী মন্তব্য : নীলমণি সেন ডেকাৰ বিৰুদ্ধে হোজাইত এজাহাৰ

News18-Assam
Updated:November 19, 2019, 1:28 PM IST
বাঙালীবিদ্বেষী মন্তব্য : নীলমণি সেন ডেকাৰ বিৰুদ্ধে হোজাইত এজাহাৰ
এজাহাৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানলৈ প্ৰেৰণ কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে সৰকাৰে।

এজাহাৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানলৈ প্ৰেৰণ কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে সৰকাৰে।

  • Share this:
বাঙালীবিদ্বেষী মন্তব্য কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে হোজাই থানাত দাখিল কৰা হৈছে এজাহাৰ। হোজাইৰ প্ৰাক্তন বিধায়ক তথা বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত মন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত সাধন ৰঞ্জন সৰকাৰৰ পুত্ৰ সঞ্জিত সৰকাৰে দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানলৈ প্ৰেৰণ কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে সৰকাৰে।

উল্লেখযোগ্য যে বাঙালীসকলে অসমত অত্যাচাৰ চলাই আহিছে বুলি মন্তব্য কৰিছিল নীলমণি সেন ডেকাই। বাঙালীসকলে অসমীয়া ভাষা–সাহিত্যৰ বিকাশ হ’বলৈ দিয়া নাই বুলিও কৈছিল প্ৰাক্তন মন্ত্ৰীজনে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: November 19, 2019, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading