ছানাউল্লাহৰ গোচৰৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে এজাহাৰ

সীমান্ত শাখাৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰা হৈছে।

news18assam
Updated:June 2, 2019, 4:33 PM IST
ছানাউল্লাহৰ গোচৰৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে এজাহাৰ
সীমান্ত শাখাৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰা হৈছে।
news18assam
Updated: June 2, 2019, 4:33 PM IST
প্ৰাক্তন সেনা বিষয়া মহম্মদ ছানাউল্লাহৰ গোচৰৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ। সীমান্ত শাখাৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰা হৈছে। আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু কুৰান আলী নামৰ লোক তিনিজনে দাখিল কৰিছে এজাহাৰ। ছানাউল্লাহৰ বিৰুদ্ধে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত সাক্ষী হিচাপে সন্নিৱিষ্ট কৰা হৈছিল এই তিনিজন লোকৰ নাম। কিন্তু সমগ্ৰ ঘটনাৰ কথা অস্বীকাৰ কৰিছে তিনিওজনে। এই ঘটনাৰ বিষয়ে তেওঁলোক কোনোধৰণে জ্ঞাত নহয় বুলি ইতিমধ্যে দাবী কৰিছে। সাক্ষ্য প্ৰদান কৰিবলৈ মতা নাছিল লোক তিনিজনক। এই কথা জানিবলৈ দিছে এজাহাৰ দাখিল কৰা তিনিওজন লোকে। তদন্তৰ প্ৰতিবেদনত ভুৱা চহী কৰাৰ অভিযোগ কৰিছে তিনিওজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি