মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : জনতা ভৱনত অসমৰ পুৰোহিত আৰু নামঘৰীয়ালৈ আৰ্থিক সাহায্য প্ৰদান

CM Himanta Biswa Sarma : জনতা ভৱনত অসমৰ পুৰোহিত আৰু নামঘৰীয়ালৈ আৰ্থিক সাহায্য প্ৰদান

৬,১২৪টা নামঘৰীয়ালৈ আৰু ২,৪৩৮গৰাকী পুৰোহিতলৈ সাহায্য

৬,১২৪টা নামঘৰীয়ালৈ আৰু ২,৪৩৮গৰাকী পুৰোহিতলৈ সাহায্য

৬,১২৪টা নামঘৰীয়ালৈ আৰু ২,৪৩৮গৰাকী পুৰোহিতলৈ সাহায্য

  • Share this:

প্ৰদান কৰা হ'ল অসমৰ পুৰোহিত আৰু নামঘৰীয়ালৈ আৰ্থিক সাহায্য। জনতা ভৱনৰ চি এম ব্লকৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত এই সাহায্য প্ৰদান কৰা হয়।


অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই ৬,১২৪টা নামঘৰীয়ালৈ আৰু ২,৪৩৮গৰাকী পুৰোহিতলৈ আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য।


নামঘৰীয়া আৰু পুৰোহিতক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। উল্লেখ্য যে ৰাজ্যৰ ৯৯৮৭ নামঘৰীয়াই আবেদন জনাইছিল যদিও ৬১২৪গৰাকী নামঘৰীয়াক নিৰ্বাচন কৰা হয় ৷ একেদৰে ৫৯৩৩গৰাকী পুৰোহিতে আবেদন জনাইছিল যদিও ২৪৩৮ পুৰোহিতক নিৰ্বাচিত কৰি সাহায্য বিতৰণ কৰা হয়।

শেহতীয়া বাতৰি