কেন্দ্ৰীয় চৰকাৰে দিছে দিপাৱলীৰ উপহাৰ! হ্ৰাস পালে কৰ্পৰেট টেক্স, MAT ৰ পৰাও ৰেহাই

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দিপাৱলীৰ আগতে কৰ্পৰেট ইণ্ডিয়ালৈ  আগবঢ়াইছে ডাঙৰ উপহাৰ

News18-Assam
Updated:September 20, 2019, 3:27 PM IST
কেন্দ্ৰীয় চৰকাৰে দিছে দিপাৱলীৰ উপহাৰ! হ্ৰাস পালে কৰ্পৰেট টেক্স, MAT ৰ পৰাও ৰেহাই
Source-Google
News18-Assam
Updated: September 20, 2019, 3:27 PM IST
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দিপাৱলীৰ আগতে কৰ্পৰেট ইণ্ডিয়ালৈ  আগবঢ়াইছে ডাঙৰ উপহাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ উপৰিও কেপিটেল মাৰ্কেটৰ বাবে CGT ত থকা চাৰ্জ হ্ৰাস কৰাৰো সিদ্ধান্ত লয়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্পৰেট খণ্ডৰ বাবে গ্ৰহণ কৰা এনে কেত বোৰ সিদ্ধান্তক এতিয়া আদৰণী জনোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ সমান্তৰাল ভাবে দেশত অব্যাহত থকা অৰ্থনৈতিক অস্থিৰতা দূৰ কৰা আৰু GDP ৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু নতুন আচঁনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি