বিৰোধিতাৰ মাজতে দীপিকা পাডুকণ অভিনীত ‘Chhapaak’ লৈ ভাল খবৰ, দুখন ৰাজ্যত হ’ল টেক্স ফ্ৰী

News18 Assam | News18-Assam
Updated:January 9, 2020, 5:00 PM IST
বিৰোধিতাৰ মাজতে দীপিকা পাডুকণ অভিনীত ‘Chhapaak’ লৈ ভাল খবৰ, দুখন ৰাজ্যত হ’ল টেক্স ফ্ৰী
source-Google

JNUত দীপিকা পাডুকন উপস্থিত হোৱাৰ পিছতে একাংশই দীপিকাৰ ছবি নোচোৱাৰ লৈছিল সিদ্ধান্ত

  • Share this:
দীপিকা পাডুকন ‘দেশদ্ৰোহী’, তেওঁৰ চিনেমা ‘ছপাক’ বৰ্জন কৰক। JNUত দীপিকা পাডুকন উপস্থিত হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীৰ নতুন ছবি ‘Chhapaak’ ৰ মুক্তিৰ পূৰ্বে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। কোনোৱে ‘Chhapaak’ৰ টিকট কেনচেল কৰাও দেখিবলৈ পোৱা গৈছে।


কিন্তু দীপিকাৰ বিৰুদ্ধে একাংশই এনেদৰে মন্তব্য কৰাৰ বিপৰীতে দিপীকাৰ অনুৰাগীয়ে #SupportDeepikaPadukone টুইটাৰত ট্ৰেণ্ড কৰা দেখিবলৈ পোৱা গৈছে।



এইবাৰ দীপিকা পাডুকনৰ বাবে আহিছে অন্য এটা ভাল খবৰ। কাইলৈ মুক্তি পাবলগীয়া সত্য কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ‘Chhapaak’ টেক্স ফ্ৰী কৰিছে মধ্যপ্ৰদেশ আৰু ছত্তিশগড় চৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি