অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি

বৃহস্পতিবাৰে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰা হয় সাল–সলনি

News18-Assam
Updated:August 1, 2019, 11:00 PM IST
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি
বৃহস্পতিবাৰে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰা হয় সাল–সলনি
News18-Assam
Updated: August 1, 2019, 11:00 PM IST
DIG (সুৰক্ষা) দেৱজিত্‍ মুখাৰ্জীক গুৱাহাটীৰ DIG (সীমান্ত) ৰূপে বদলি ।
1st AFPF Bnৰ কমাণ্ডেণ্ট মণ্টু ঠাকুৰীয়াক সীমান্ত শাখাৰ SP পদলৈ বদলি।
হাইলাকান্দিৰ SP মহনীশ মিশ্ৰক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ SP ৰূপে বদলি।

গুৱাহাটী (পূব)ৰ DCP ৰমনদ্বীপ কৌৰক AIG(L)ৰ SP পদলৈ বদলি।
Asstt. IGP (R) ৰঞ্জন ভূঞাক  DCP(C)লৈ বদলি।
CM's SVCৰ SP মিহিৰ জ্যোতি গায়নক বিশেষ শাখাৰ SP ৰূপে বদলি ।
DCP (Admn.) পবিন্দ্ৰ কুমাৰ নাথক হাইলাকান্দিৰ SP ৰূপে বদলি।

Asstt. IGP (L) ৰিপুল দাসক DCP (চেন্ট্রেল) ৰূপে বদলি।
DCP (চেন্ট্রেল) ধৰ্মেন্দ্ৰ কুমাৰ দাসক Asstt. IGP (R) ৰূপে বদলি ।
আৰু চাওক পৰৱৰ্তী বাতৰি