আজি সন্ধিয়াৰ পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধৰ নিৰ্দেশ

৬.৪৫ বজাৰ পৰা বন্ধ থাকিব ফেৰী সেৱা। জলপৃষ্ঠ হ্ৰাস নোহোৱালৈ বন্ধ থাকিব এই ফেৰী সেৱা। নিশা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ চলিব ASTC বাছ।৬.৪৫ বজাৰ পৰা বন্ধ থাকিব ফেৰী সেৱা। জলপৃষ্ঠ হ্ৰাস নোহোৱালৈ বন্ধ থাকিব এই ফেৰী সেৱা। নিশা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ চলিব ASTC বাছ।

News18-Assam
Updated:July 11, 2019, 9:25 AM IST

Updated: July 11, 2019, 9:25 AM IST
গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধৰ নিৰ্দেশ। আজি সন্ধিয়াৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ। ৬.৪৫ বজাৰ পৰা বন্ধ থাকিব ফেৰী সেৱা। জলপৃষ্ঠ হ্ৰাস নোহোৱালৈ বন্ধ থাকিব এই ফেৰী সেৱা। নিশা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ চলিব ASTC বাছ। কামৰূপ উপায়ুক্তৰ নিৰ্দেশমৰ্মে অতিৰিক্ত বাছৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এই নিৰ্দেশনা।
আৰু চাওক পৰৱৰ্তী বাতৰি