• Home
  • »
  • News
  • »
  • assam
  • »
  • দুগুণ ভাড়া বাঢ়িল ফেৰী সেৱাৰ! আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ল'লে এই সিদ্ধান্ত

দুগুণ ভাড়া বাঢ়িল ফেৰী সেৱাৰ! আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ল'লে এই সিদ্ধান্ত

সৰ্বত্ৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্য়াৱশ্যকীয় সামগ্ৰীৰো জুই চাই দাম।

সৰ্বত্ৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্য়াৱশ্যকীয় সামগ্ৰীৰো জুই চাই দাম।

সৰ্বত্ৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্য়াৱশ্যকীয় সামগ্ৰীৰো জুই চাই দাম।

  • Share this:

  • সৰ্বত্ৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্য়াৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম। আজিৰ দিনটোত ৰন্ধন গেছৰ চিলিণ্ডাৰৰো দাম বাঢ়িছে।

  • তেনে সময়তে এইবাৰ ফেৰী সেৱাৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত ললে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

  • দুগুণ বাঢ়িল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ ভাড়া। ২.৫০ টকাৰ ঠাইত ৫ টকালৈ বৃদ্ধি কৰা হৈছে ভাড়া।

  • সেইদৰে চাইকেলসহ এতিয়াৰে পৰা ভাড়া হ'ব ৯ টকা।

Published by:Himangshu Bhuyan
First published: