• Home
  • »
  • News
  • »
  • assam
  • »
  • জয়সাগৰত নিশা চাঞ্চল্যকৰ ঘটনা, ৰহস্যজনক অৱস্থাত উদ্ধাৰ পিতা–পুত্ৰৰ মৃতদেহ

জয়সাগৰত নিশা চাঞ্চল্যকৰ ঘটনা, ৰহস্যজনক অৱস্থাত উদ্ধাৰ পিতা–পুত্ৰৰ মৃতদেহ

নিশা ঘৰত নাছিল মৃদুল সন্দিকৈৰ পত্নী আৰু কন্যা। লোকজনে নিজেই খাদ্যত বিহ মিহলাই দিয়াৰ সন্দেহ কৰা হৈছে। 

  • Share this:
জয়সাগৰত নিশা চাঞ্চল্যকৰ ঘটনা। বগীদ'ল ডিমৌ কিনাৰত পিতা-পুত্ৰৰ ৰহস্যজনক মৃত্যু। সংকটজনক অৱস্থাত উদ্ধাৰ আন এজন পুত্ৰক। মৃত অৱস্থাত জয়সাগৰ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে পিতা–পুত্ৰক। মৃত পিতৃৰ নাম মৃদুল সন্দিকৈ। মৃত ৬ বছৰীয়া পুত্ৰ পিন্টু সন্দিকৈ। আনহাতে, ১০ বছৰীয়া পুত্ৰ মিন্টু সন্দিকৈ চিকিৎসাধীন।

নিশা ঘৰত নাছিল মৃদুল সন্দিকৈৰ পত্নী আৰু কন্যা। লোকজনে নিজেই খাদ্যত বিহ মিহলাই দিয়াৰ সন্দেহ কৰা হৈছে। পাৰিবাৰিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। কিন্তু প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই।
Published by:Sanjay Kumar Das
First published: