হোজাইত দুৰ্ঘটনাত নিহত পিতা–পুত্ৰ, দ্ৰুতবেগী ইন’ভাই মহতিয়াই থৈ গ’ল দুয়োকে

News18-Assam
Updated:November 22, 2019, 10:20 AM IST
হোজাইত দুৰ্ঘটনাত নিহত পিতা–পুত্ৰ, দ্ৰুতবেগী ইন’ভাই মহতিয়াই থৈ গ’ল দুয়োকে
নীলবাগানৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

নীলবাগানৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

  • News18 Assam
  • Last Updated: November 22, 2019, 10:20 AM IST
  • Share this:
হোজাইৰ নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ইন’ভাই মহতিয়াই নিলে পিতা–পুত্ৰক। দুৰ্ঘটনাত থিতাতে নিহত হয় পিতা–পুত্ৰ দুয়োৰে। নিহত বাইক চালক অজিত চন্দ্ৰ দাস আৰু তেওঁৰ ১০ বছৰীয়া পুত্ৰ অভিজিত দাস। নীলবাগানৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি