Breaking: পাষাণ পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ডেৰ মহীয়া শিশুক

দেৱালত মৰিয়াই মৰিয়াই পিতৃয়ে হত্যা কৰিলে দেৱশিশুটিক। হত্যাকাৰী পিতৃৰ নাম আলাল উদ্দিন

news18assam
Updated:May 7, 2019, 11:35 AM IST
Breaking: পাষাণ পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ডেৰ মহীয়া শিশুক
হত্যাকাৰী পিতৃ আলাল উদ্দিন
news18assam
Updated: May 7, 2019, 11:35 AM IST
ডবকাৰ জাব্ৰাকোৱাত পাষাণ পিতৃৰ হাতত মৃত্যু ডেৰ মহীয়া শিশুৰ। দেৱালত মৰিয়াই মৰিয়াই পিতৃয়ে হত্যা কৰিলে দেৱশিশুটিক। হত্যাকাৰী পিতৃৰ নাম আলাল উদ্দিন। প্ৰায়ে অভিযুক্ত পিতৃ আলাল উদ্দিন আৰু  মাহীমাকৰ সৈতে কাজিয়াত লিপ্ত হয়। সোমবাৰেও দুয়োৰে তৰ্কাতৰ্কিৰ বলি হয় শিশুটি। কাজিয়াৰ পিছতে পিতৃয়ে মাতৃৰ কোলাৰ পৰা শিশুটিক কাঢ়ি আনি হত্যা কৰিলে। হত্যাৰ পিছতে অভিযুক্তই নিজে স্বীকাৰ কৰে হত্যা কৰাৰ কথা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলালক।
আৰু চাওক পৰৱৰ্তী বাতৰি