পাষাণ পিতৃ! দৰঙৰ দলগাঁৱত পুখুৰীত দলিয়াই দুই ফুল কুমলীয়া সন্তানক হত্যা

News18 Assam | News18-Assam
Updated:January 28, 2020, 12:50 PM IST
পাষাণ পিতৃ! দৰঙৰ দলগাঁৱত পুখুৰীত দলিয়াই দুই ফুল কুমলীয়া সন্তানক হত্যা
অভিযুক্ত পিতৃ নজৰুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অভিযুক্ত পিতৃ নজৰুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • Share this:
দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক নৃশংস ঘটনা। পাষাণ পিতৃয়ে পুখুৰীত দলিয়ালে দুই কণমানি সন্তানক। পানীত ডুবি মৃত্যুক সাবটি লয় ৩ বছৰীয়া পুত্ৰ আৰু ৭ বছৰীয়া কন্যাই। ৰোহিণীকাষ গাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা। অভিযুক্ত পিতৃ নজৰুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি