
ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷
ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷
শাৰদীয় দুৰ্গা পূজাৰ মাজতে বিজনীত অঘটন। বিজনীৰ লাবদাংগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ৷ পুত্ৰ ৰাজীৱ ৰায়ৰ লাঠিৰ প্ৰহাৰত থিতাতে নিহত পিতৃ নিমাই ৰায়। ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷ পাৰিবাৰিক কন্দলৰ বাবে হত্যাকাণ্ডৰ সন্দেহ।পিতৃয়ে প্ৰতিদিনে সুৰাপান কৰি পৰিয়ালত অশান্তিৰ সৃষ্টি কৰাৰ পৰিণতিত অতিষ্ঠ হৈ পুত্ৰৰ দ্বাৰা এই কাণ্ড কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|