মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিজনীৰ লাবদাংগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ, সুৰাপান কৰি অশান্তিৰ সৃষ্টি কৰিছিল পৰিয়ালত

বিজনীৰ লাবদাংগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ, সুৰাপান কৰি অশান্তিৰ সৃষ্টি কৰিছিল পৰিয়ালত

News18 Assam | News18-Assam
Updated:October 12, 2021, 3:58 PM IST
বিজনীৰ লাবদাংগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ, সুৰাপান কৰি অশান্তিৰ সৃষ্টি কৰিছিল পৰিয়ালত
ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷

ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷

  • Share this:
শাৰদীয় দুৰ্গা পূজাৰ মাজতে বিজনীত অঘটন। বিজনীৰ লাবদাংগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ৷ পুত্ৰ ৰাজীৱ ৰায়ৰ লাঠিৰ প্ৰহাৰত থিতাতে নিহত পিতৃ নিমাই ৰায়। ৰাইজে বান্ধি ৰাখি আৰক্ষীক গতালে হত্যাকাৰী পুত্ৰক৷ পাৰিবাৰিক কন্দলৰ বাবে হত্যাকাণ্ডৰ সন্দেহ।পিতৃয়ে প্ৰতিদিনে সুৰাপান কৰি পৰিয়ালত অশান্তিৰ সৃষ্টি কৰাৰ পৰিণতিত অতিষ্ঠ হৈ পুত্ৰৰ দ্বাৰা এই কাণ্ড কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
Published by: Sanjay Kumar Das
First published: October 12, 2021, 3:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি