• Home
  • »
  • News
  • »
  • assam
  • »
  • শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰতীকী ফটো

প্ৰতীকী ফটো

বাছ, এল্ট' আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষত কেইবাজনো আহত।

  • Share this:
শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।  বাছ, এল্ট' আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষ। কেইবাজনো আহত। গুৰুতৰভাৱে আহত ভেনৰ চালকক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ।

দুৰ্ঘটনাগ্ৰস্ত মাৰুতি ভেনখনৰ নম্বৰ AS01 DY 8332, আল্ট্ৰা বাছখনৰ নম্বৰ AS12BC 2123 আৰু এল্ট' গাড়ীখনৰ নম্বৰ AS12 L 6428।

আল্ট্ৰা বাছখন তীব্ৰবেগত লক্ষীমপুৰৰ পৰা আহি থকা অৱস্থাত মাৰুতি ভেনখনত মুখামুখিকৈ খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি