নগাঁৱত নকল সোণৰ কাৰখানা, আৰক্ষীৰ জালত নকল সোণসহ চাৰিজন

চেন্নাইৰ এজন লোকক বিক্ৰী কৰিছিল ১০ লাখ টকাৰ নকল সোণ।

News18-Assam
Updated:August 28, 2019, 5:02 PM IST
নগাঁৱত নকল সোণৰ কাৰখানা, আৰক্ষীৰ জালত নকল সোণসহ চাৰিজন
চেন্নাইৰ এজন লোকক বিক্ৰী কৰিছিল ১০ লাখ টকাৰ নকল সোণ।
News18-Assam
Updated: August 28, 2019, 5:02 PM IST
নগাঁৱত নকল সোণসহ ৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লোককেইজনৰ পৰা বহু পৰিমাণৰ নকল সোণ জব্দ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰে নকল সোণ বনোৱা মেচিনো। চেন্নাইৰ এজন লোকক বিক্ৰী কৰিছিল ১০ লাখ টকাৰ নকল সোণ। ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছহিদুল, খাইৰুল ইছলাম, আছাদুল হক আৰু জাহিৰুল ইছলাম নামৰ প্ৰৱঞ্চককেইটাক।
আৰু চাওক পৰৱৰ্তী বাতৰি