অসম আৰক্ষীৰ আন এজন বিষয়াৰ ভুৱা ফেচবুক একাউন্ট খুলিলে দুৰ্বৃত্তই ৷ এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নামত দুৰ্বৃত্তই এটা ভুৱা একাউন্ট খুলিলে ৷ এই ভুৱা একাউন্টৰ পৰা বিভিন্নজনলৈ Friend Request পঠিয়াওৱা হৈছে।
ইয়াৰোপৰি, মেচেজযোগে ভুৱা একাউন্টটোৰ পৰা দুৰ্বৃত্তই ধন দাবীও কৰিছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ভুৱা একাউন্টক সহাৰি নজনাবলৈ অনুৰোধ কৰিছে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : February 05, 2023, 17:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।