• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰিমগঞ্জত ভুৱা CBIৰ বিষয়াক গ্ৰেপ্তাৰ, CBIৰ বিষয়া বুলি পৰিচয় দি দাবী কৰিছিল ২ লাখ টকা

কৰিমগঞ্জত ভুৱা CBIৰ বিষয়াক গ্ৰেপ্তাৰ, CBIৰ বিষয়া বুলি পৰিচয় দি দাবী কৰিছিল ২ লাখ টকা

চেৰাগীৰ এখন ৰেষ্টুৰেণ্টৰ মালিক ৰছিদ আহমেদ এই ঘটনাৰ মাষ্টাৰমাইণ্ড। বৰ্তমানে আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।

  • Share this:
কৰিমগঞ্জত ভুৱা CBI কৰ্মীক গ্ৰেপ্তাৰ। নিজকে চিবিআই বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰাৰ সময়তে ৰাতাবাৰী আৰু পথাৰকান্দিৰ দুই দুষ্কৃতিকাৰীৰ ঠাই হ’ল ৰঙা ঘৰত। ভুৱা চি বি আই বিষয়াৰ ৰূপ লৈ তেওঁলোকে এজন ব্যক্তিৰ পৰা ২ লাখ টকা দাবী কৰিছিল। অৱশেষত দুই প্ৰৱঞ্চক জালত পৰিল আৰক্ষীৰ। ধৃত লোক দুজন হৈছে ৰাতাবাৰীৰ ছাগিখাউৰীৰ দিলোৱাৰ হুছেইন আৰু  পাথাৰকান্দিৰ চেৰাগীৰ ৰছিদ আহমেদ।

চেৰাগীৰ এখন ৰেষ্টুৰেণ্টৰ মালিক ৰছিদ আহমেদ এই ঘটনাৰ মাষ্টাৰমাইণ্ড। বৰ্তমানে আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: