মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল

হোটেলখনৰ পৰা ‘Da vue’ ৰেণ্টুৰেণ্টলৈ যোগান ধৰিছিল মাদক দ্ৰব্য।

news18assam
Updated:June 11, 2019, 7:59 AM IST
মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা বাতিল
হোটেলখনৰ পৰা ‘Da vue’ ৰেণ্টুৰেণ্টলৈ যোগান ধৰিছিল মাদক দ্ৰব্য।
news18assam
Updated: June 11, 2019, 7:59 AM IST
আবকাৰী বিভাগে বাতিল কৰিলে মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞা। হোটেলখনৰ পৰা ‘Da vue’ ৰেণ্টুৰেণ্টলৈ যোগান ধৰিছিল মাদক দ্ৰব্য। CCTVত বন্দী কৰ্মচাৰীয়ে ম্যদক দ্ৰব্য যোগান ধৰাৰ দৃশ্য। একেটা ভৱনতে সংলগ্ন হৈ আছে Da vue নামৰ ৰেস্তোৰাঁখন। ১ জুনত হোটেলখনত সংঘটিত হৈছিল অপ্ৰীতিকৰ কাণ্ড। এই ঘটনাৰ পিছতে অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য। জিলা উপায়ুক্ত বিশ্বজিত্‍ পেগুৱে এইক্ষেত্ৰত গ্ৰহণ কৰে যাৱতীয় ব্যৱস্থা।
আৰু চাওক পৰৱৰ্তী বাতৰি