ৱেব পেৰ্টেলৰ সাংবাদিকৰ ঘৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

News18 Assam | News18-Assam
Updated:July 21, 2021, 3:20 PM IST
ৱেব পেৰ্টেলৰ সাংবাদিকৰ ঘৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
অভিযানকালতে আৰক্ষীয়ে আটক কৰিছে পৰ্টেলৰ সাংবাদিক দীপক গোহাঁইক।

অভিযানকালতে আৰক্ষীয়ে আটক কৰিছে পৰ্টেলৰ সাংবাদিক দীপক গোহাঁইক।

  • Share this:
পৰ্টেল সাংবাদিকৰ ঘৰত আৱকাৰী বিভাগে উদ্ধাৰ কৰিলে বৃহৎ পৰিমানৰ অৰুনাচলী সুৰা ৷
লখিমপুৰৰ লালুক পুখুৰীপৰীয়াৰ দীপক গোহাঁই নামৰ পৰ্টেল সাংবাদিক জনৰ ঘৰৰ পৰা লখিমপুৰৰ আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ সুৰাখিনি।

ইফালে অভিযানকালতে আবকাৰী বিভাগে আটক কৰিছে পৰ্টেলৰ সাংবাদিক দীপক গোহাঁইক।  জনোৱা মতে, দীৰ্ঘদিনে দীপক গোঁহাই জড়িত আছিল অবৈধ সুৰা সৰবৰাহত ৷



ইফালে কোভিড পৰিস্থিতিৰ বাবে CRPC-41 ৰ অধীনত এতিয়া জামিনত আছে দীপক গোহাঁই। কিন্তু আদালতৰ কাঠগড়াত অবৈধ সুৰা সৰবৰাহৰ অভিযোগত আকৌ কাঠগড়ত থিয় হব লাগিব সাংবাদিকজন।
Published by: Himangshu Bhuyan
First published: July 21, 2021, 3:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি