শিলচৰ মেডিকেল কলেজত বিত্তীয় কেলেংকাৰী : গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন অধীক্ষক

দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈছিল অনিন্দসুন্দৰ বৈশ্য। চিকিত্সালয়ৰ সামগ্ৰী ক্ৰয়ৰ নামত দুৰ্নীতি হোৱা বুলি বৰ্তমানৰ অধীক্ষক অভিজিৎ স্বামীয়ে ৰুজু কৰিছিল গোচৰ।

news18assam
Updated:May 10, 2019, 10:25 AM IST
শিলচৰ মেডিকেল কলেজত বিত্তীয় কেলেংকাৰী : গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন অধীক্ষক
দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈছিল অনিন্দসুন্দৰ বৈশ্য। চিকিত্সালয়ৰ সামগ্ৰী ক্ৰয়ৰ নামত দুৰ্নীতি হোৱা বুলি বৰ্তমানৰ অধীক্ষক অভিজিৎ স্বামীয়ে ৰুজু কৰিছিল গোচৰ।
news18assam
Updated: May 10, 2019, 10:25 AM IST
শিলচৰ চিকিত্সা মহাবিদ্যালয়ত বিত্তীয় কেলেংকাৰী। চিকিত্সা মহাবিদ্যালয়খনত সংঘটিত হোৱা ৩ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে প্ৰাক্তন অধীক্ষক ডাঃ অনিন্দসুন্দৰ বৈশ্যক। দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈছিল অনিন্দসুন্দৰ বৈশ্য। ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে চিকিত্সালয়ৰ সামগ্ৰী ক্ৰয়ৰ নামত দুৰ্নীতি হোৱা বুলি বৰ্তমানৰ অধীক্ষক অভিজিৎ স্বামীয়ে ৰুজু কৰিছিল গোচৰ। ঘটনাত অভিযুক্ত কোষাধ্যক্ষ বিদ্যুৎ বৰ্মন এতিয়াও পলাতক অৱস্থাত আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি