মুখ্যপৃষ্ঠা »খবৰ »অসম »Ramnath Kovind: আজি গুৱাহাটীত উপস্থিত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

Ramnath Kovind: আজি গুৱাহাটীত উপস্থিত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

তেওঁক বিমান বন্দৰত USTMৰ অধ্যক্ষ মহবুবুল হকৰ লগতে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনায়। 

তেওঁক বিমান বন্দৰত USTMৰ অধ্যক্ষ মহবুবুল হকৰ লগতে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনায়। 

তেওঁক বিমান বন্দৰত USTMৰ অধ্যক্ষ মহবুবুল হকৰ লগতে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনায়। 

  • Share this:
গুৱাহাটীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ উপস্থিত হৈছে। বুধবাৰে এখন বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী অসমলৈ আহে। তেওঁক বিমান বন্দৰত USTMৰ অধ্যক্ষ মহবুবুল হকৰ লগতে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনায়।

মহানগৰীৰ USTMত অহাকাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে এক বিশেষ কাৰ্যসূচীত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ ল'ব। বৰঝাৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক গন্তব্য স্থানলৈ লৈ যোৱা হয়।

শেহতীয়া বাতৰি