অনবৰতে অসমৰ কথা কৈছিল সুষমা স্বৰাজে : বিজয়া চক্ৰৱৰ্তী

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ফটো সাবটি আবেগিক হৈ পৰিল বিজয়া চক্ৰৱৰ্তী।

News18-Assam
Updated:August 7, 2019, 10:24 AM IST
অনবৰতে অসমৰ কথা কৈছিল সুষমা স্বৰাজে : বিজয়া চক্ৰৱৰ্তী
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ফটো সাবটি আবেগিক হৈ পৰিল বিজয়া চক্ৰৱৰ্তী।
News18-Assam
Updated: August 7, 2019, 10:24 AM IST
সুষমা স্বৰাজৰ বিয়োগত শোক প্ৰকাশ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ফটো সাবটি আবেগিক হৈ পৰিল বিজয়া চক্ৰৱৰ্তী। NEWS18ৰ আগত বিজয়া চক্ৰৱৰ্তীয়ে কয় – অনবৰতে অসমৰ কথা কৈছিল সুষমা স্বৰাজে। দিল্লী, মুম্বাই, কলিকতাই কেৱল ভাৰতবৰ্ষ নহয়, অসমো ভাৰতৰ অংগ বুলি কৈছিল সুষমা স্বৰাজে।

সুষমা স্বৰাজৰ দেহাৱসানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ। ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাসে শোক প্ৰকাশ কৰিছে সুষমা স্বৰাজৰ বিয়োগত। বুধবাৰে যোগদানকে ধৰি ৰাজ্যিক বিজেপিৰ সকলো কাৰ্যসূচী বাতিলৰ নিৰ্দেশ সভাপতি ৰণজিৎ দাসৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি