জুৱা খেলি আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বিধায়ক। আৰক্ষীৰ জালত নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক নৰেণ সোণোৱাল। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা আটক ৭ জুৱাৰীক। ৭ জুৱাৰীৰ মাজত অন্যতম আছিল নৰেণ সোণোৱাল। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আটক কৰে জুৱাৰীৰ দলটোক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 17, 2023, 09:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।