ব্যতিক্ৰমী ৰূপত বিশ্বকৰ্মা পূজা উদযাপন কৰিলে প্ৰাক্তন বিধায়ক "কাজিৰঙাৰ ৰজা" জীতেন গগৈয়ে

কোভিড১৯য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যবাসীয়ে এইবাৰ অনুষ্ঠুপীয়াকৈ পালন কৰা হ’ল শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা
কোভিড১৯য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যবাসীয়ে এইবাৰ অনুষ্ঠুপীয়াকৈ পালন কৰা হ’ল শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা
- News18 Assam
- Last Updated: September 17, 2020, 10:41 PM IST
বিশ্বকৰ্মাৰ লগতে বিশ্বকৰ্মাৰ বাহন হাতীক বৃহস্পতিবাৰে পুৱাই পূজা কৰে "কাজিৰঙা ৰজা" খ্যাত জীতেন গগৈয়ে। পুৱাতে বোকাখাট চহৰৰ নিজ বাসগৃহতে বিশ্বকৰ্মা পূজা কৰাৰ লগতে পদূলিমূখত নিজৰেই চাৰিটাকৈ পোহনীয়া হাতীক গা-ধুৱাই, ফল মূল আৰু বিভিন্ন খাদ্য যোগান ধৰি ব্যতিক্ৰমী ৰূপেৰে পালন কৰে বিশ্বকৰ্মা পূজা।