‘মই প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব’

মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই।
মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই।
- News18 Assam
- Last Updated: November 2, 2020, 1:02 PM IST
মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই। মিঞাক লৈ ইতিকিং নকৰিব।
১৯৯৬ চনতে অসম বিধানসভাত মিঞা বুলি নামাতিবলৈ শাসক–বিৰোধীৰ বিধায়কক সকীয়াই থৈছিল তদানীন্তন বিধায়ক আলী আকবৰ মিঞাই।
ইফালে, শেহতীয়াকৈ মিঞা বিধায়ক নিৰ্বাচিত হ’লে বিধানসভাত সোমাব নিদিম বুলি কোৱা বিজেপি নেতাক সমালোচনা কৰি আলী আকবৰ মিঞাই কয় সেই পাবত গজা বিজেপি নেতাৰ বিৰুদ্ধে আমি সাজু আছো। আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক।