
ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷’’
ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷’’
মহাজোঁটত BPF থাকিলে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ৷ প্ৰয়োজনত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব বুলি মন্তব্য দৈমাৰীৰ৷ কংগ্ৰেছৰ সৈতে মহাজোঁটত থকাৰ বাবেই BPF–এ মাত্ৰ চাৰিখন আসনহে পালে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷
ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷ BPF–এ BTCৰ উন্নয়নৰ বাবে কাম কৰি আহিছে৷ এতিয়া মহাজোঁট বিৰোধীৰ আসনত বহিছে৷ BTCৰ উন্নয়নৰ বাবে আমি চৰকাৰক সহযোগ কৰিব লাগে৷ দলৰ মজিয়াত মই কথাবোৰ আলোচনা কৰিম৷ চৰকাৰৰ সৈতে সহযোগ কৰিলেহে আমি BTC অঞ্চলৰ উন্নয়ন কৰিব পাৰিম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|