• Home
  • »
  • News
  • »
  • assam
  • »
  • মহাজোঁটত BPF থাকিলে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ, প্ৰয়োজনত নিৰ্দলীয়ভাৱে খেলিব নিৰ্বাচন

মহাজোঁটত BPF থাকিলে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ, প্ৰয়োজনত নিৰ্দলীয়ভাৱে খেলিব নিৰ্বাচন

ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷’’

ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷’’

ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷’’

  • Share this:
মহাজোঁটত BPF থাকিলে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ৷ প্ৰয়োজনত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব বুলি মন্তব্য দৈমাৰীৰ৷ কংগ্ৰেছৰ সৈতে মহাজোঁটত থকাৰ বাবেই BPF–এ মাত্ৰ চাৰিখন আসনহে পালে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

ৰিহণ দৈমাৰীয়ে কয়, ‘‘মহাজোঁটৰ বাবেই মই হাৰিলোঁ৷ এতিয়া আৰু মহাজোঁটত থকাৰ কথাই নাহে৷ BPF–এ BTCৰ উন্নয়নৰ বাবে কাম কৰি আহিছে৷ এতিয়া মহাজোঁট বিৰোধীৰ আসনত বহিছে৷ BTCৰ উন্নয়নৰ বাবে আমি চৰকাৰক সহযোগ কৰিব লাগে৷ দলৰ মজিয়াত মই কথাবোৰ আলোচনা কৰিম৷ চৰকাৰৰ সৈতে সহযোগ কৰিলেহে আমি BTC অঞ্চলৰ উন্নয়ন কৰিব পাৰিম।
Published by:Sanjay Kumar Das
First published: