‘সস্তীয়া ৰাজনীতিৰ বাবে হত্যা কৰা হ’ল ‘কৃষ্ণ’ক’

News18-Assam
Updated:November 17, 2019, 3:27 PM IST
‘সস্তীয়া ৰাজনীতিৰ বাবে হত্যা কৰা হ’ল ‘কৃষ্ণ’ক’
হাতীটোৰ মৃত্যুক লৈ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব নীলমণি সেন ডেকাই।

হাতীটোৰ মৃত্যুক লৈ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব নীলমণি সেন ডেকাই।

  • Share this:
‘কৃষ্ণ’ নামৰ হাতীটোৰ মৃত্যুক লৈ সৰৱ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা। প্ৰাক্তন মন্ত্ৰীজনে কয় – ‘সস্তীয়া ৰাজনীতিৰ বাবে হত্যা কৰিলে ‘কৃষ্ণ’ক। বিধায়ক পদ্ম হাজৰিকা আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হত্যা কৰিলে হাতীটোক। হাতীটোৰ মৃত্যুৰ বাবে জগৰীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো।’

হাতীটোৰ মৃত্যুক লৈ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব নীলমণি সেন ডেকাই। বিধায়ক পদ্ম হাজৰিকা আৰু মন্ত্ৰী পৰিমলক শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে প্ৰাক্তন মন্ত্ৰীজনে। দুয়োগৰাকীৰে বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী নীলমণি সেন ডেকাৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি