CAAৰ বিৰোধিতা কৰি NIAৰ ৰোষত কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সোণাপুৰত মাৰাথন জেৰা

News18 Assam | News18-Assam
Updated:February 6, 2020, 12:51 PM IST
CAAৰ বিৰোধিতা কৰি NIAৰ ৰোষত কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সোণাপুৰত মাৰাথন জেৰা
কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই CAAবিৰোধী আন্দোলনত ছাত্ৰ সমাজক নেতৃত্ব দিছিল।

কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই CAAবিৰোধী আন্দোলনত ছাত্ৰ সমাজক নেতৃত্ব দিছিল।

  • Share this:
CAAৰ বিৰোধিতা কৰি NIAৰ ৰোষত পৰিল ছাত্ৰ নেতা প্ৰাঞ্জল কলিতা। আজি প্ৰাঞ্জল কলিতাক তলব কৰিছিল অনুসন্ধানকাৰী সংস্থাটোৱে। সেই অনুসৰি সোণাপুৰৰ NIA কাৰ্যালয়ত প্ৰাঞ্জল কলিতাক চলোৱা হৈছে মাৰাথন জেৰা। কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই CAAবিৰোধী আন্দোলনত ছাত্ৰ সমাজক নেতৃত্ব দিছিল। বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক প্ৰাঞ্জল।
আৰু চাওক
পৰৱৰ্তী বাতৰি