உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৬ ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব অজন্তা নেওগে! মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে মিলিত হ’ল বৈঠকত

    ২৬ ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব অজন্তা নেওগে! মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে মিলিত হ’ল বৈঠকত

    মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে মিলিত হ’ল বৈঠকত

    মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে মিলিত হ’ল বৈঠকত

    মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে মিলিত হ’ল বৈঠকত

    • Share this:
    অৱশেষত জল্পনা-কল্পনা অন্ত পৰাৰ পথত। অহা ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব পাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হ’ল শক্তিশালী কংগ্ৰেছ নেত্ৰী অজন্তে নেওগ।
    Published by:Himangshu Bhuyan
    First published: